এন্ধাৰ বেয়া পোৱা মানুহ আমি,হাহাকাৰ— পোহৰ বিচাৰি!পাহৰিলোঁ ভাল পাবলৈসঁচাকৈয়ে এন্ধাৰক আমি! ঘনঘোৰ অন্ধকাৰৰ অমাৱশ্যাৰ এটা নিশানিৰ্জন…
Tag: Collection of Modern Assamese Poem -Kabita
এটি নিৰিবিলি আবেলিত : জংকি দাস
এটি নিৰিবিলি আবেলিতহব তোমাৰ মোৰ গোপন কথাসেয়া কাণে কাণে কোৱা কথাহিয়া জুৰোৱাভুবন ভুলোৱা..।। তুমি কাষতে থাকিবাদুচকুৰ…
নৰক – ড০ প্ৰীতিশ চৌধুৰী
‘নৰক’ শব্দটো শুনিলে তাৰ অস্তিত্ব নাই বুলিয়েই ধৰি লওঁ, পৰলোকৰ কথা! বোঁৱাই থাকোঁ – অপকৰ্মৰেই প্ৰশান্তিৰ…
আহিনৰ বৰষুণ – Deepjyoti Bora
পহিলা আহিনৰ কিনকিনীয়া বৰষুণ জাকৰ , প্ৰতিটো টোপালে মোৰ , শুষ্ক শৰীৰত সৃষ্টি কৰে সেউজ প্ৰেমৰ…
ক’ৰোনা (ব্যঙ্গ) – ড০ প্ৰীতিশ চৌধুৰী
হ’ব পাৰোঁ অতি ক্ষুদ্ৰ, অদৃশ্য দুই চকুত তোমাৰ, নাক,মুখ,চকু,কান, হাত,ভৰি, একো এটা তোমাৰ দৰেও নেথাকিলেই যেনিবা,…
জীৱশ্ৰেষ্ঠ – ড০ প্ৰীতিশ চৌধুৰী
( ৫ জুন – বিশ্ব পৰিবেশ দিবস !!) গৰ্ভস্থ পোৱালিটোৱে তাৰ মাকক ক’লে- মা, ভূমিষ্ঠ হ’বই…
ভৌতিক চহৰ – ড০ প্ৰীতিশ চৌধুৰী
বন্দী- চাৰি দেৱালৰ মাজত ! ৰজাৰ কঠোৰ হুকুম ! কিন্তু সঁজাত বন্দী পখীৰ পৰিচৰ্যা যিমানেই ……
দুঃসময় – ড০ প্ৰীতিশ চৌধুৰী
ক্ৰমশঃ খহি পৰিছে নক্ষত্ৰ এটা আকাশৰ পৰা… ধূসৰ হৈ পৰা পৃথিৱীৰ সমীকৰণৰ পথত বাজিছে দানৱৰ দুন্দুভি-…
ভোট-যুদ্ধ : ড০ প্ৰীতিশ চৌধুৰী
সময় নে দু:সময়, ভাবিবলৈ আহৰি নাই …. ‘সিংহাসনৰ ডাক’ ! মন-মগজুত যুদ্ধৰ কুচ-কাৱাজ – জনতা-তন্ত্ৰৰ অস্ত্ৰৰ…
ছায়া-পথ : ড০ প্ৰীতিশ চৌধুৰী
আঠ হেজাৰ মাইল ব্যাসৰ প্ৰকান্ড বলটো আজি এটা অতি ক্ষুদ্ৰকায়, ৰঙীন বৰ্ণময় – মনৰ খেল পথাৰত…
ক’ত আপোনাৰ মানৱীয়তা : জিতুমণি নাথ
হয়টো আপুনি আস্তিক নতুবা নাস্তিক হয়টো আপুনি নিচা কৰি ভাল ভাল পায়- মন্দিৰ-মছজিদৰ ধৰ্মীয় পাঠৰ নিচা…
ভাৰসাম্য : ড০ প্ৰীতিশ চৌধুৰী
নদীয়ে তাৰ গতিপথ সলায়, এফালে ভাঙে, যদিও অন্য ফালে গঢ়ে, বনৰ মাংসংভোজী হিংস্ৰ(?) পশুবোৰেও জানে- কিমান…