আহিনৰ বৰষুণ – Deepjyoti Bora

পহিলা আহিনৰ কিনকিনীয়া বৰষুণ জাকৰ , 
প্ৰতিটো টোপালে মোৰ , 
শুষ্ক শৰীৰত সৃষ্টি কৰে সেউজ প্ৰেমৰ ৰচনা ! 
বৰষুণ জাকে লৈ আহা কোনোবা অচিন নদীৰ চেচা বতাহ জাকে উৰুবাই নিয়ে মোৰ ভগ্ন হৃদয়ৰ অবুজ বেদনা !! 
টোপাল বোৰৰ ছন্দে ছন্দে দুচকু আবৰি ধৰা , 
বিজুলিৰ চমকনিয়ে সজিব কৰে মোৰ , 
ধূসৰ স্মৃতিৰ টোপোলা !!

Deepjyoti Bora 
North lakhimpur,Assam 
Madhabdev 
University (B.Sc. 1st yr) 

Leave a Reply

Your email address will not be published. Required fields are marked *

4  +  5  =