অসম সাহিত্য সভাৰ সভাপতি সকলৰ নাম, কাৰ্যকালৰ বৰ্ষ তথা সভাৰ স্থান

অসম সাহিত্য সভাৰ সভাপতি সকলৰ নাম, কাৰ্

অসম সাহিত্য সভাৰ সভাপতি সকলৰ নাম, কাৰ্যকালৰ বৰ্ষ তথা সভাৰ স্থান একাদিক্ৰমে
১৯১৭ পদ্মনাথ গোহাঞিবৰুৱা/ শিৱসাগৰ
১৯১৮ চন্দ্ৰধৰ বৰুৱা/ গোৱালপাৰা
১৯১৯ কালিৰাম মেধি/ বৰপেটা
১৯২০ হেমচন্দ্ৰ গোস্বামী/ তেজপুৰ
১৯২৩ অমৃতভূষণ দেৱ অধিকাৰী/ যোৰহাট
১৯২৪ কনকলাল বৰুৱা/ ডিব্ৰুগড়
১৯২৪ লক্ষ্মীনাথ বেজবৰুৱা/ গুৱাহাটী
১৯২৫ ৰজনীকান্ত বৰদলৈ/ নগাঁও
১৯২৬ বেণুধৰ ৰাজখোৱা/ ধুবুৰী
১৯২৭ তৰুণৰাম ফুকন/ গোৱালপাৰা
১৯২৯ কমলাকান্ত ভট্টাচাৰ্য/ যোৰহাট
১৯৩০ মফিজুদ্দিন আহমদ হাজৰিকা/ গোলাঘাট
১৯৩১ নগেন্দ্ৰ নাৰায়ণ চৌধুৰী/ শিৱসাগৰ
১৯৩৩ জ্ঞানদাভিৰাম বৰুৱা/ উত্তৰ লখিমপুৰ
১৯৩৪ আনন্দ চন্দ্ৰ আগৰৱালা/ মঙ্গলদৈ
১৯৩৬ ৰঘুনাথ চৌধাৰী/ তেজপুৰ
১৯৩৭ কৃষ্ণকান্ত সন্দিকৈ/ গুৱাহাটী
১৯৪০ ময়িদুল ইছলাম বৰা/ যোৰহাট
১৯৪৪ নীলমণি ফুকন/ শিৱসাগৰ
১৯৪৭ নীলমণি ফুকন/ ডিব্ৰুগড়
১৯৫০ অম্বিকাগিৰি ৰায়চৌধুৰী/ মাৰ্ঘেৰিটা
১৯৫৩ সূৰ্য্যকুমাৰ ভূঞা/ শ্বিলং
১৯৫৪ নলিনীবালা দেৱী/ যোৰহাট
১৯৫৫ যতীন্দ্ৰনাথ দুৱৰা/ গুৱাহাটী
১৯৫৬ বেণুধৰ শৰ্মা/ ধুবুৰী
১৯৫৮ পদ্মধৰ চলিহা/ তিনিচুকীয়া
১৯৫৯ অতুল চন্দ্ৰ হাজৰিকা/ নগাঁও
১৯৬০ ত্ৰৈলোক্যনাথ গোস্বামী/ মিৰ্জা, পলাশবাৰী
১৯৬১ ত্ৰৈলোক্যনাথ গোস্বামী/ গোৱালপাৰা
১৯৬৩ ৰত্নকান্ত বৰকাকতী/ নাজিৰা
১৯৬৪ মিত্ৰদেৱ মহন্ত/ ডিগবৈ
১৯৬৫ ডিম্বেশ্বৰ নেওগ/ নলবাৰী
১৯৬৬ বিনন্দ চন্দ্ৰ বৰুৱা/ উত্তৰ লক্ষিমপুৰ
১৯৬৭ নকুলচন্দ্ৰ ভূঞা/ ডিব্ৰুগড়
১৯৬৮ জ্ঞাননাথ বৰা/ তেজপুৰ
১৯৬৯ আনন্দ চন্দ্ৰ বৰুৱা/ বৰপেটা
১৯৭০ উপেন্দ্ৰচন্দ্ৰ লেখাৰু/ ধিং
১৯৭১ তীৰ্থনাথ শৰ্মা/ মাকুম
১৯৭২ হেম বৰুৱা/ ধুবুৰী
১৯৭৩ গিৰিধৰ শৰ্মা/ ৰঙিয়া
১৯৭৪ মহেশ্বৰ নেওগ/ মঙ্গলদৈ
১৯৭৫ সত্যেন্দ্ৰনাথ শৰ্মা/ তিতাবৰ
১৯৭৬ যজ্ঞেশ্বৰ শৰ্মা/ টিহু
১৯৭৭ চৈয়দ আব্দুল মালিক/ অভয়াপুৰী
১৯৭৮ প্ৰসন্নলাল চৌধুৰী/ গোলাঘাট
১৯৭৯ অতুল চন্দ্ৰ বৰুৱা/ শুৱালকুছি
১৯৮০ যতীন্দ্ৰনাথ গোস্বামী/ ৰহা
১৯৮১ সীতানাথ ব্ৰহ্মচৌধুৰী/ তিনচুকীয়া
১৯৮২ সীতানাথ ব্ৰহ্মচৌধুৰী/ ডিফু
১৯৮৩ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য/ বঙাইগাঁও
১৯৮৫ যোগেশ দাস/ বিহপুৰীয়া
১৯৮৬ বীৰেণ বৰকটকী/ কামপুৰ
১৯৮৭ মহেন্দ্ৰ বৰা/ পাঠশালা
১৯৮৮ কীৰ্তিনাথ হাজৰিকা/ হাইলাকান্দি
১৯৮৯ মহিম বৰা/ ডুমডুমা
১৯৯০ নৱকান্ত বৰুৱা/ বিশ্বনাথ চাৰিআলি
১৯৯১ নিৰ্মলপ্ৰভা বৰদলৈ/ দুধনৈ
১৯৯২ লক্ষ্যধৰ চৌধুৰী/ গোৰেশ্বৰ
১৯৯৩ ভূপেন হাজৰিকা/ শিৱসাগৰ
১৯৯৪ লীলা গগৈ/ মৰিগাঁও
১৯৯৫ হিতেশ ডেকা/ সৰ্থেবাৰী
১৯৯৬ লক্ষ্মীনন্দন বৰা/ বোকাখাত
১৯৯৭ নগেন শইকীয়া/ বিলাসীপাৰা
১৯৯৮ নগেন শইকীয়া/ হাওৰাঘাট
১৯৯৯ চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া/ হাজো
২০০০ চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া/ যোৰহাট
২০০১ হোমেন বৰগোহাঞি/ ডিব্ৰুগড়
২০০২ হোমেন বৰগোহাঞি/ কলগাছিয়া
২০০৩ বীৰেন্দ্ৰনাথ দত্ত/ উত্তৰ লখিমপুৰ
২০০৪ বীৰেন্দ্ৰনাথ দত্ত/ হোজাই
২০০৫ কনকসেন ডেকা/ ছিপাঝাৰ
২০০৬ কনকসেন ডেকা/ বেলশৰ
২০০৭ কনকসেন ডেকা/ চাপৰ
২০০৯ ৰংবং তেৰাং/ ধেমাজি
২০১০ ৰংবং তেৰাং/ দেৰগাঁও
২০১৩ ইমৰাণ শ্বাহ/ বৰপেটা ৰোড
২০১৫ ধ্রুৱজ্যোতি বৰা , কলিয়াবৰ

২০১৮ পৰমানন্দ ৰাজবংশী /বর্দুমচা 

Leave a Reply

Your email address will not be published. Required fields are marked *

  ×  6  =  24