ইনভাৰ্টেব্ৰাটঃড০প্ৰীতিশ চৌধুৰী

কিছু কিছু ৰোগৰ উৎস-
হেৰিডিটি,
জ্ঞান-বিজ্ঞানতো বহুখিনি সিদ্ধ…

গণতন্ত্ৰৰ কৰিস্মা!
ৰাজনীতিতো হেৰিডিটি!
জিনৰ মিউটেচন-  নতুন নতুন ভাইৰেল ৰূপত আজিৰ
গণতন্ত্ৰ!

ধনতন্ত্ৰ, বলতন্ত্ৰ, পৰিয়ালতন্ত্ৰ!

আৰু,  মেৰুদন্ডীৰ পৰা
ইনভাৰ্টেব্ৰাট!

Leave a Reply

Your email address will not be published. Required fields are marked *

34  ⁄  17  =