(স্বাধীনতা দিৱসৰ অনুভৱ) মুহুৰতঃ পৰাধীনতাৰ শিকলি চিঙাৰসপোন দেখা- স্বপ্ন-ফুলৰ-‘স্বাধীনতা তোমাৰ জন্মগত অধিকাৰ’ … ক্লাইমেক্সঃ হেজাৰ চহিদৰ…
Tag: Assamese Poem Lyrics
পুৰুষ অথবা স্বামী – জংকি দাস
আমিবোৰ পুৰুষ….আমিবোৰ এজন এজন স্বামী….শক্তি সাহস বীৰত্ব….এইবোৰ শব্দ আমাৰ তেজে তেজে বিলীন….তাৰেই মাজত আমিবোৰ লুভীয়া আমিবোৰ…
ইনভাৰ্টেব্ৰাটঃড০প্ৰীতিশ চৌধুৰী
কিছু কিছু ৰোগৰ উৎস-হেৰিডিটি,জ্ঞান-বিজ্ঞানতো বহুখিনি সিদ্ধ… গণতন্ত্ৰৰ কৰিস্মা!ৰাজনীতিতো হেৰিডিটি!জিনৰ মিউটেচন- নতুন নতুন ভাইৰেল ৰূপত আজিৰগণতন্ত্ৰ! ধনতন্ত্ৰ,…
এক্সপায়াৰি ডেটঃড০প্ৰীতিশ চৌধুৰী
’এক্সপায়াৰি ডেট’ৰ আগতেই বস্তু এটাৰব্যৱহাৰ -এশ শতাংশই,ঠিক কিনা হাঁহৰ ঠোঁটোলৈকে মাংস খোৱাৰ দৰেই, সেয়াই নিশ্চয় উত্তম…
এটি নিৰিবিলি আবেলিত : জংকি দাস
এটি নিৰিবিলি আবেলিতহব তোমাৰ মোৰ গোপন কথাসেয়া কাণে কাণে কোৱা কথাহিয়া জুৰোৱাভুবন ভুলোৱা..।। তুমি কাষতে থাকিবাদুচকুৰ…
নৰক – ড০ প্ৰীতিশ চৌধুৰী
‘নৰক’ শব্দটো শুনিলে তাৰ অস্তিত্ব নাই বুলিয়েই ধৰি লওঁ, পৰলোকৰ কথা! বোঁৱাই থাকোঁ – অপকৰ্মৰেই প্ৰশান্তিৰ…
আহিনৰ বৰষুণ – Deepjyoti Bora
পহিলা আহিনৰ কিনকিনীয়া বৰষুণ জাকৰ , প্ৰতিটো টোপালে মোৰ , শুষ্ক শৰীৰত সৃষ্টি কৰে সেউজ প্ৰেমৰ…
ক’ৰোনা (ব্যঙ্গ) – ড০ প্ৰীতিশ চৌধুৰী
হ’ব পাৰোঁ অতি ক্ষুদ্ৰ, অদৃশ্য দুই চকুত তোমাৰ, নাক,মুখ,চকু,কান, হাত,ভৰি, একো এটা তোমাৰ দৰেও নেথাকিলেই যেনিবা,…
জীৱশ্ৰেষ্ঠ – ড০ প্ৰীতিশ চৌধুৰী
( ৫ জুন – বিশ্ব পৰিবেশ দিবস !!) গৰ্ভস্থ পোৱালিটোৱে তাৰ মাকক ক’লে- মা, ভূমিষ্ঠ হ’বই…
ভৌতিক চহৰ – ড০ প্ৰীতিশ চৌধুৰী
বন্দী- চাৰি দেৱালৰ মাজত ! ৰজাৰ কঠোৰ হুকুম ! কিন্তু সঁজাত বন্দী পখীৰ পৰিচৰ্যা যিমানেই ……
দুঃসময় – ড০ প্ৰীতিশ চৌধুৰী
ক্ৰমশঃ খহি পৰিছে নক্ষত্ৰ এটা আকাশৰ পৰা… ধূসৰ হৈ পৰা পৃথিৱীৰ সমীকৰণৰ পথত বাজিছে দানৱৰ দুন্দুভি-…
ভোট-যুদ্ধ : ড০ প্ৰীতিশ চৌধুৰী
সময় নে দু:সময়, ভাবিবলৈ আহৰি নাই …. ‘সিংহাসনৰ ডাক’ ! মন-মগজুত যুদ্ধৰ কুচ-কাৱাজ – জনতা-তন্ত্ৰৰ অস্ত্ৰৰ…