অপেক্ষাৰ ৰেখা, Assamese Poem

বালিত বহি খোপাত গুজি লয় পোহৰে ঢৌ তুলি যোৱা ৰিহাৰ আঁচল শুধ বগা নৈৰ সিপাৰৰ চিনাকী…

এটোপাল নিয়ৰ হৈ

সোঁৱৰণিৰ জখলাৰে নামি গভীৰ সেউজীয়াৰ আৰত সাৰ পাই দেখিলো থোপা থোপে ফুলা শেৱালিৰ গছ ভাৰাক্ৰান্ত দেহ-মন…