পুৰুষ অথবা স্বামী – জংকি দাস

আমিবোৰ পুৰুষ….আমিবোৰ এজন এজন স্বামী….শক্তি সাহস বীৰত্ব….এইবোৰ শব্দ আমাৰ তেজে তেজে বিলীন….তাৰেই মাজত আমিবোৰ লুভীয়া আমিবোৰ…

ইনভাৰ্টেব্ৰাটঃড০প্ৰীতিশ চৌধুৰী

কিছু কিছু ৰোগৰ উৎস-হেৰিডিটি,জ্ঞান-বিজ্ঞানতো বহুখিনি সিদ্ধ… গণতন্ত্ৰৰ কৰিস্মা!ৰাজনীতিতো হেৰিডিটি!জিনৰ মিউটেচন-  নতুন নতুন ভাইৰেল ৰূপত আজিৰগণতন্ত্ৰ! ধনতন্ত্ৰ,…

এক্সপায়াৰি ডেটঃড০প্ৰীতিশ চৌধুৰী

’এক্সপায়াৰি ডেট’ৰ আগতেই বস্তু এটাৰব্যৱহাৰ -এশ শতাংশই,ঠিক কিনা হাঁহৰ ঠোঁটোলৈকে মাংস খোৱাৰ দৰেই, সেয়াই নিশ্চয় উত্তম…

এন্ধাৰঃড০ প্ৰীতিশ চৌধুৰী

এন্ধাৰ বেয়া পোৱা মানুহ আমি,হাহাকাৰ— পোহৰ বিচাৰি!পাহৰিলোঁ ভাল  পাবলৈসঁচাকৈয়ে এন্ধাৰক  আমি! ঘনঘোৰ অন্ধকাৰৰ অমাৱশ্যাৰ এটা নিশানিৰ্জন…

এটি নিৰিবিলি আবেলিত : জংকি দাস

এটি নিৰিবিলি আবেলিতহব তোমাৰ মোৰ গোপন কথাসেয়া কাণে কাণে কোৱা কথাহিয়া জুৰোৱাভুবন ভুলোৱা..।। তুমি কাষতে থাকিবাদুচকুৰ…

আহিনৰ বৰষুণ – Deepjyoti Bora

পহিলা আহিনৰ কিনকিনীয়া বৰষুণ জাকৰ ,  প্ৰতিটো টোপালে মোৰ ,  শুষ্ক শৰীৰত সৃষ্টি কৰে সেউজ প্ৰেমৰ…

জীৱশ্ৰেষ্ঠ – ড০ প্ৰীতিশ চৌধুৰী

( ৫ জুন – বিশ্ব পৰিবেশ দিবস !!) গৰ্ভস্থ  পোৱালিটোৱে  তাৰ মাকক ক’লে- মা, ভূমিষ্ঠ হ’বই…

ভৌতিক চহৰ – ড০ প্ৰীতিশ চৌধুৰী

বন্দী- চাৰি দেৱালৰ মাজত ! ৰজাৰ কঠোৰ হুকুম ! কিন্তু সঁজাত বন্দী পখীৰ পৰিচৰ্যা যিমানেই ……

দুঃসময় – ড০ প্ৰীতিশ চৌধুৰী

ক্ৰমশঃ খহি পৰিছে নক্ষত্ৰ এটা আকাশৰ পৰা… ধূসৰ হৈ পৰা পৃথিৱীৰ সমীকৰণৰ পথত বাজিছে দানৱৰ দুন্দুভি-…

ভোট-যুদ্ধ : ড০ প্ৰীতিশ চৌধুৰী

সময় নে দু:সময়, ভাবিবলৈ আহৰি নাই …. ‘সিংহাসনৰ ডাক’ ! মন-মগজুত যুদ্ধৰ কুচ-কাৱাজ – জনতা-তন্ত্ৰৰ অস্ত্ৰৰ…

ক’ত আপোনাৰ মানৱীয়তা : জিতুমণি নাথ

হয়টো আপুনি আস্তিক নতুবা নাস্তিক হয়টো আপুনি নিচা কৰি ভাল ভাল পায়- মন্দিৰ-মছজিদৰ ধৰ্মীয় পাঠৰ নিচা…

ভাৰসাম্য : ড০ প্ৰীতিশ চৌধুৰী

নদীয়ে তাৰ গতিপথ সলায়, এফালে ভাঙে, যদিও অন্য ফালে  গঢ়ে, বনৰ মাংসংভোজী হিংস্ৰ(?) পশুবোৰেও জানে- কিমান…