হয়তো সন্ধিয়াটো আউসীৰ আছিল আন্ধাৰৰ মায়াজালে গোটেই খন আৱৰি আছিল মই বহি থকা ঠাইডোখৰ পৰা…
Tag: Top 100 Assamese Poems
ফাৰ্স্ট এইড্ বক্সঃড০প্ৰীতিশ চৌধুৰী
এটাই শব্দ —— ‘বিধস্ত’আজি গণতন্ত্ৰৰ দেশত, বগা হাতীৰ খেল! সিংহাসনত মশগুলদেশৰ ৰজাসকল! নখহীন,দন্তহীন,শক্তিহীন-হাতিয়াৰ,ৰক্ষাকৱচ সকলোবোৰজনতা-তন্ত্ৰৰ——ঠিক যেন একো…
এটি নিৰিবিলি আবেলিত : জংকি দাস
এটি নিৰিবিলি আবেলিতহব তোমাৰ মোৰ গোপন কথাসেয়া কাণে কাণে কোৱা কথাহিয়া জুৰোৱাভুবন ভুলোৱা..।। তুমি কাষতে থাকিবাদুচকুৰ…
আহিনৰ বৰষুণ – Deepjyoti Bora
পহিলা আহিনৰ কিনকিনীয়া বৰষুণ জাকৰ , প্ৰতিটো টোপালে মোৰ , শুষ্ক শৰীৰত সৃষ্টি কৰে সেউজ প্ৰেমৰ…
জীৱশ্ৰেষ্ঠ – ড০ প্ৰীতিশ চৌধুৰী
( ৫ জুন – বিশ্ব পৰিবেশ দিবস !!) গৰ্ভস্থ পোৱালিটোৱে তাৰ মাকক ক’লে- মা, ভূমিষ্ঠ হ’বই…
ভৌতিক চহৰ – ড০ প্ৰীতিশ চৌধুৰী
বন্দী- চাৰি দেৱালৰ মাজত ! ৰজাৰ কঠোৰ হুকুম ! কিন্তু সঁজাত বন্দী পখীৰ পৰিচৰ্যা যিমানেই ……
দুঃসময় – ড০ প্ৰীতিশ চৌধুৰী
ক্ৰমশঃ খহি পৰিছে নক্ষত্ৰ এটা আকাশৰ পৰা… ধূসৰ হৈ পৰা পৃথিৱীৰ সমীকৰণৰ পথত বাজিছে দানৱৰ দুন্দুভি-…
ভোট-যুদ্ধ : ড০ প্ৰীতিশ চৌধুৰী
সময় নে দু:সময়, ভাবিবলৈ আহৰি নাই …. ‘সিংহাসনৰ ডাক’ ! মন-মগজুত যুদ্ধৰ কুচ-কাৱাজ – জনতা-তন্ত্ৰৰ অস্ত্ৰৰ…
মনালিছাৰ হাঁহি : ড০ প্ৰীতিশ চৌধুৰী
চিধা বাটেৰে নহাই হ’লচোন বহুত কথাই আজিকালি মানুহৰ । শ্ৰেষ্ঠত্ব জাহিৰ কৰিবলৈকেই নেকি বক্ৰ পথেৰেই পঠিয়াই…
নিঃশব্দ নিশাৰ নিৰব জোনাকী তুমি : ৰূপম বৰা
নিঃশব্দ নিশাৰ নিৰব জোনাকী তুমি মোৰ হেপাঁহৰ চোতালত অজানিতে দেখোঁ জিলিঙনিৰ বৰষুণ। মৌনতাৰ কোলাহলত সাৰ পাই…
সেন্দুৰ : ভাৰতী শৰ্মা
সেওঁতাত আঁকি ললোঁ সেন্দুৰীয়া আলি মনলৈ আহিল অনেক সাহস আইতাই শিকালে কপালৰ সেন্দুৰে স্বামীৰো বঢ়াই হেনো…
খিৰিকী -Dhritasmita Sarma
খিৰিকী, আইতাৰ হাঁহি আৰু উচুপনিৰ নিৰ্বাক সংগী, আইৰ জেতুকা বুলীয়া দুহাতত সপোন সিঁচি দিয়াৰ সাক্ষী, জোনাকীৰ…