যান্ত্রিক, অসমীয়া আধুনিক কবিতা, Assamese Poem

যান্ত্রিকতা পূর্ণ মানৱ জীৱন
জীৱনৰ যান্ত্রিকতাত
মানুহৰ পয়োভৰ
যন্ত্রৰ নিচিনা মানুহবোৰে ইফাল সিফাল
কৰিছে
যন্ত্রনাৰে ভৰা মানুহৰ যান্ত্রিকতা
পূর্ণ জীৱন
জীৱন যন্ত্রণাত দুর্বিষহ হৈ পৰে
তথাপিও মানুহ হৈ পৰে
যান্ত্রিকতাবাদী

Leave a Reply

Your email address will not be published. Required fields are marked *

32  ⁄  4  =