সাহিত্য অকাডেমী বঁটা বিজয়ী অসমীয়া সাহিত্যিক

সাহিত্য অকাডেমী বঁটা বিজয়ী অসমীয়া সাহিত্যিক

১৯৫৫ – যতীন্দ্ৰনাথ দুৱৰা – বনফুল(কবিতা পুথি)
১৯৬০ – বেণুধৰ শৰ্মা – কংগ্ৰেছৰ কাঁচিয়লি ৰদত(স্মৃতিচাৰণ)
১৯৬১ – ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য – ইয়াৰুঈংগম(উপন্যাস)
১৯৬৬ – অম্বিকাগিৰি ৰায়চৌধুৰী – বেদনাৰ উল্কা(কবিতা)
১৯৬৭ – ত্ৰৈলোক্য নাথ গোস্বামী – আধুনিক গল্প সাহিত্য(সমালোচনা)
১৯৬৮ – নলিনী বালা দেৱী – অলকানন্দা(কবিতা)
১৯৬৯ – অতুল চন্দ্ৰ হাজৰিকা – মঞ্চলেখা(অধ্যয়ন)
১৯৭০ – লক্ষীনাথ ফুকন – মহাত্মাৰ পৰা ৰূপকোঁৱৰলৈ(স্মৃতিচাৰ­ণ)
১৯৭২ – চৈয়দ আব্দুল মালিক – অঘৰী আত্মাৰ কাহিনী(উপন্যাস)
১৯৭৪ – নৱকান্ত বৰুৱা – ককাদেউতাৰ হাড়(উপন্যাস)
১৯৭৫ – সৌৰভ কুমাৰ চলিহা – গোলাম(গল্প)
১৯৭৬ – ড০ ভবেন্দ্ৰ নাথ শইকীয়া – শৃঙ্খল(গল্পসংকলন)
১৯৭৭ – আনন্দ চন্দ্ৰ বৰুৱা – বকুল বনৰ কবিতা(কবিতা)
১৯৭৮ – হোমেন বৰগোহাঞি – পিতা-পুত্ৰ(উপন্যাস)
১৯৭৯ – ভৱেন বৰুৱা – সোণালী জাহাজ(কবিতা)
১৯৮০ – যোগেশ দাস – পৃথিৱীৰ অসুখ(গল্প)
১৯৮১ – নীলমণি ফুকন – কবিতা(কবিতা)
১৯৮২ – মামণি ৰয়ছম গোস্বামী – মামৰে ধৰা তৰোৱাল(উপন্যাস)
১৯৮৩ – ড০ নিৰ্মল প্ৰভা বৰদলৈ – সুদীৰ্ঘ দিন আৰু ঋতু(কবিতা)
১৯৮৪ – দেৱেন্দ্ৰ নাথ আ চাৰ্য(মৰণোত্তৰ) – জঙ্গম(উপন্যাস)
১৯৮৬ – হৰেকৃষ্ণ ডেকা – আন এজন(কবিতা)
১৯৮৭ – উমাকান্ত শৰ্মা – এজাক মানুহ এখন অৰণ্য(উপন্যাস)
১৯৮৮ – ড০ লক্ষ্মীনন্দন বৰা – পাতাল ভৈৰৱী(উপন্যাস)
১৯৮৯ – ড০ হীৰেণ গোহাঁই – অসমীয়া জাতীয় জীৱনতমহাপুৰুষীয়া পৰম্পৰা(অধ্যয়ন)
১৯৯০ – অজিত বৰুৱা – ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য(কবিতা)
১৯৯২ – হীৰেন ভট্টাচাৰ্য – শইচৰ পথাৰ মানুহ(কবিতা)
১৯৯৩ – কেশৱ মহন্ত – মোৰ যে কিমান হেঁপাহ(কবিতা)
১৯৯৪ – শীলভদ্ৰ – মধুপুৰ বহুদূৰ(গল্প সংকলন)
১৯৯৫ – চন্দ্ৰপ্ৰসাদ শইকীয়া – মহাৰথী(উপন্যাস) ১ম, ২য় খণ্ড
১৯৯৬ – নিৰুপমা বৰগোহাঞি – অভিযাত্ৰী(উপন্যাস)
১৯৯৭ – ড০ নগেন শইকীয়া – আন্ধাৰত নিজৰ মুখ(গল্প সংকলন)
১৯৯৮ – অৰুণ শৰ্মা – আৰ্শীবাদৰ ৰং(উপন্যাস)
১৯৯৯ – মেদিনী চৌধুৰী – বিপন্ন সময়(উপন্যাস)
২০০০ – অপূৰ্ব শৰ্মা – বাঘে টাপুৰ ৰাতি(গল্প সংকলন)
২০০১ – মহিম বৰা – এধানি মাহীৰ হাঁহি(উপন্যাস)
২০০২ – নলিনীধৰ ভট্টাচাৰ্য – মহত ঐতিহ্য(প্ৰবন্ধ সংকলন)
২০০৩ – বীৰেশ্বৰ বৰুৱা – অনেক মানুহ, অনেক ঠাই আৰু নিৰ্জনত
২০০৪ – হীৰেন্দ্ৰ নাথ দত্ত – মানুহ অনুকূলে(কবিতা)
২০০৮ – ৰীতা চৌধুৰী – দেওলাংখুই(উপন্যাস)
২০০৮ – বিদ্যাসাগৰ নাৰ্জাৰী – বিৰগৌস্ৰিনি থু্ংৰি
২০০৯ – ধ্ৰুৱজ্যোতি বৰা – কথা ৰত্নাকৰ(উপন্যাস)
২০১০ – কেশদা মহন্ত – অসমীয়া ৰামায়ণী সাহিত্য: কথাবস্তুৰ আঁতিগুৰি (গদ্য -সাহিত্য বিষয়ক)
২০১১ – কবীন ফুকন – এই অনুৰাগী এই উদাস (কবিতা সংকলন)
২০১২ – চন্দনা গোস্বামী – পাটকাইৰ ইপাৰে মোৰ দেশ (উপন্যাস)
২০১৩- ৰবীন্দ্ৰ সৰকাৰ -ধূলিয়ৰী ভৰিৰ সাঁচ (কাব্য সংকলন)
২০১৪ – অৰূপা কলিতা পটংগীয়া- মাৰিয়াম অষ্টিন অথবা হীৰা বৰুৱা (গল্প সংকলন)
২০১৫ – কুল শইকীয়া – আকাশৰ ছবি আৰু অন্যান্য গল্প (গল্প সংকলন)
২০১৬ – জ্ঞান পূজাৰী- মেঘমালাৰ ভ্ৰমণ (কবিতা সংকলন)
২০১৭ – জয়ন্ত মাধৱ বৰা – মৰিয়াহ’লা(উপন্যাস)

Leave a Reply

Your email address will not be published. Required fields are marked *

66  ⁄    =  66