অপেক্ষা, Assamese Poem, Gunjana Saikia

হয়তো সন্ধিয়াটো আউসীৰ আছিল    আন্ধাৰৰ মায়াজালে গোটেই খন আৱৰি আছিল মই বহি থকা ঠাইডোখৰ পৰা…

স্তব্ধ বসন্ত

বৈধব্যৰ শুদ্ধিকৰণ মন্ত্ৰ থকাহেঁতেন শ্যামলী ওৰণিৰ উম লৈ আকৌ এবাৰ শিহৰিত হ’লহেঁতেন ভাগ্যৰেখাৰ স্তব্ধ হৃদপিণ্ড! ৰুক্ষ…

ফাৰ্স্ট এইড্ বক্সঃড০প্ৰীতিশ চৌধুৰী

এটাই শব্দ —— ‘বিধস্ত’আজি গণতন্ত্ৰৰ দেশত, বগা হাতীৰ খেল! সিংহাসনত মশগুলদেশৰ ৰজাসকল! নখহীন,দন্তহীন,শক্তিহীন-হাতিয়াৰ,ৰক্ষাকৱচ সকলোবোৰজনতা-তন্ত্ৰৰ——ঠিক যেন একো…

এটি নিৰিবিলি আবেলিত : জংকি দাস

এটি নিৰিবিলি আবেলিতহব তোমাৰ মোৰ গোপন কথাসেয়া কাণে কাণে কোৱা কথাহিয়া জুৰোৱাভুবন ভুলোৱা..।। তুমি কাষতে থাকিবাদুচকুৰ…

আহিনৰ বৰষুণ – Deepjyoti Bora

পহিলা আহিনৰ কিনকিনীয়া বৰষুণ জাকৰ ,  প্ৰতিটো টোপালে মোৰ ,  শুষ্ক শৰীৰত সৃষ্টি কৰে সেউজ প্ৰেমৰ…

জীৱশ্ৰেষ্ঠ – ড০ প্ৰীতিশ চৌধুৰী

( ৫ জুন – বিশ্ব পৰিবেশ দিবস !!) গৰ্ভস্থ  পোৱালিটোৱে  তাৰ মাকক ক’লে- মা, ভূমিষ্ঠ হ’বই…

ভৌতিক চহৰ – ড০ প্ৰীতিশ চৌধুৰী

বন্দী- চাৰি দেৱালৰ মাজত ! ৰজাৰ কঠোৰ হুকুম ! কিন্তু সঁজাত বন্দী পখীৰ পৰিচৰ্যা যিমানেই ……

দুঃসময় – ড০ প্ৰীতিশ চৌধুৰী

ক্ৰমশঃ খহি পৰিছে নক্ষত্ৰ এটা আকাশৰ পৰা… ধূসৰ হৈ পৰা পৃথিৱীৰ সমীকৰণৰ পথত বাজিছে দানৱৰ দুন্দুভি-…

ভোট-যুদ্ধ : ড০ প্ৰীতিশ চৌধুৰী

সময় নে দু:সময়, ভাবিবলৈ আহৰি নাই …. ‘সিংহাসনৰ ডাক’ ! মন-মগজুত যুদ্ধৰ কুচ-কাৱাজ – জনতা-তন্ত্ৰৰ অস্ত্ৰৰ…

মনালিছাৰ হাঁহি : ড০ প্ৰীতিশ চৌধুৰী

চিধা বাটেৰে নহাই হ’লচোন বহুত কথাই আজিকালি মানুহৰ । শ্ৰেষ্ঠত্ব জাহিৰ কৰিবলৈকেই নেকি বক্ৰ পথেৰেই পঠিয়াই…

নিঃশব্দ নিশাৰ নিৰব জোনাকী তুমি : ৰূপম বৰা

নিঃশব্দ নিশাৰ নিৰব জোনাকী তুমি মোৰ হেপাঁহৰ চোতালত অজানিতে দেখোঁ জিলিঙনিৰ বৰষুণ। মৌনতাৰ কোলাহলত সাৰ পাই…

সেন্দুৰ : ভাৰতী শৰ্মা

সেওঁতাত আঁকি ললোঁ সেন্দুৰীয়া আলি মনলৈ আহিল অনেক সাহস আইতাই  শিকালে কপালৰ সেন্দুৰে স্বামীৰো বঢ়াই হেনো…