কথাশিল্পী যোগেশ দাস

যোগেশ দাস অসমৰ এজন চুটিগল্প আৰু উপন্যাস লেখক তথা সাংবাদিক। তেখেতৰ জন্ম হৈছিল ১৯২৭ চনৰ ১ এপ্ৰিলত । তেখেতে ১৯৮০ চনত “পৃথিৱীৰ অসুখ” গল্প সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেখেত ১৯৮৫ চনত অসম সাহিত্য সভাৰ বিহপুৰীয়া অধিবেশনৰ সভাপতি নিৰ্বাচিত হোৱাৰ উপৰিও আন আন সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত আছিল ।
জন্মঃ ১৯২৭ চনৰ ১ এপ্ৰিল ৷
মৃত্যুঃ ১৯৯৯ চনৰ ৯ ছেপ্তেম্বৰ৷

কথাশিল্পী যোগেশ দাসৰ প্ৰকাশিত উল্লেখযোগ্য গ্ৰন্থ সমূহঃ
উপন্যাসঃ
1.    সঁহাৰি পাই
2.    ডাৱৰ আৰু নাই
3.    জোনাকীৰ জুই
4.    বঙহৰ মঙহ
5.    নিৰুপায় নিৰুপায়
6.    এমুঠি ধূলি
7.    সোঁতৰ বিপৰীতে
8.    পোহৰ বিচাৰি
9.    হেজাৰ ফুল
10.    উৎকন্ঠ উপকন্ঠ
11.    পোহৰৰ ফালে
12.    নেদেখা জুইৰ ধোঁৱা
13.    একাবেকাঁ
14.    এনাজৰী
15.    ছাঁ জুই খেদি
16.    অবৈধ
17.    ৰজনী বিদূৰ
18.    নৰেশ মালতী
19.    এজন খঙাল মানুহ
গল্পঃ
1.    পৃথিৱীৰ অসুখ(সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত)
2.    পপীয়া তৰা
3.    হাজাৰ লোকৰ ভিৰ
4.    আন্ধাৰৰ আঁৰে আঁৰে
5.    মদাৰৰ বেদনা
6.    ত্ৰিৱেণী আদি
সম্পাদিতঃ
1.    প্ৰমথেশ বৰুৱা স্মৃতিগ্ৰন্থ
2.    হেম বৰুৱা
3.    গল্পৰ কুকি
4.    বিষ্ণুপ্ৰসাদ ৰাভা ৰচনাসম্ভাৰ
5.    সমকালীন গল্প আদি
অনুবাদঃ
1.    বনে-বনে
2.    আকৌ বনে-বনে
3.    ৰবিন হুদ
4.    ব্ৰাহ্মণ কন্যা
5.    আমাৰ কবি
6.    ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ

Leave a Reply

Your email address will not be published. Required fields are marked *

  ×  7  =  49