প্ৰথম অসমীয়া মহিলা, First Assamese Women

পদ্মশ্ৰী — নলিনীবালা দেৱী
অসম সাহিত্য সভাৰ সভাপতি — নলিনী বালা দেৱী (১৯৫৪ চন-যোৰহাট অধিবেশন)
প্ৰথম গ্ৰেজুৱেট — সুখলতা দুৱৰা আৰু সুধালতা দুৱৰা
কেন্দ্ৰীয় মন্ত্ৰী — ৰেণুকা দেৱী বৰকটকী (শিক্ষা আৰু সমাজ কল্যাণ)
মুখ্যমন্ত্ৰী — চৈয়দা আনোৱাৰা টাইমূৰ (৬ ডিচেম্বৰ, ১৯৮০)
আই.এ.এছ. — পাৰুল দাস (১৯৭৪ চন)
এ.ছি.এছ. — শুচিব্ৰতা ৰায় চৌধুৰী
গুৱাহাটী বিশ্ববিদ্যালয় অধ্যক্ষা — লীলা দেৱী
মহাবিদ্যালয়ৰ মহিলা অধ্যক্ষা — ৰাজবালা দাস
বিলাতত চিকিত্‍সা শিক্ষা লাভ — ডাঃ নিৰ্মলপ্ৰভা চলিহা
ফ্ৰান্সত পি.এইচ.ডি. লাভ — ডঃ কমলা ৰায়
লণ্ডনত পি.এইচ.ডি. লাভ — ডঃ তিলোত্তমা গগৈ
গ্ৰন্থকাৰ — পদ্মাৱতী দেৱী ফুকননী
সাহিত্য অকাডেমী বঁটা — নলিনী বালা দেৱী (‘অলকানন্দা’-১৯৬৮)
কথা পুৰষ্কাৰ বঁটা — মামণি ৰয়চম গোস্বামী (১৯৯৩)
যমুনালাল বাজাজ বঁটা — অমল প্ৰভা দাস (১৯৮০)
ৰাষ্ট্ৰীয় ক্ষুদ্ৰ উদ্যোগৰ বঁটা — নিৰুপমা বৰুৱা (১৯৩৯)
জ্ঞানপীঠ বঁটা — মামণি ৰয়চম গোস্বামী (২০০০)
ভাৰত সেৱা বঁটা — শাস্ত্ৰীয় নৃত্যশিল্পী পুষ্পা ভূঞাঁ (১৯৯৪)
ৰাষ্ট্ৰীয় ক্ষুদ্ৰ উদ্যোগৰ বঁটা — নিৰুপমা বৰুৱা (১৯৩৯)
অৰ্জ্জুন বঁটা — মনালিছা বৰুৱা মেহতা (১৯৮৩)
যমুনালাল বাজাজ বঁটা — অমল প্ৰভা দাস (১৯৮০)
সাহিত্যিক পেঞ্চনাৰ — নলিনী বালা দেৱী
অসম সাহিত্য সভাৰ উপাধি লাভ – ধৰ্মেশ্বৰী দেৱী বৰুৱানী (‘কাব্য-ভাৰতী’ ১৯৫৬)
ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ শ্ৰেষ্ঠ অভিনেত্ৰী – মলয়া গোস্বামী (‘ফিৰিঙতি’)
পূৰ্ব্ব পাকিস্তানৰ কথাছবিত অভিনয়- ইভা আচাও (‘দূৰ হ্যায় সুখ কী গাওঁ)
মাতৃভূমিৰ স্বাধীনতাৰ বাবে শ্বহীদ- কনকলতা বৰুৱা (২০ চেপ্তেম্বৰ ১৯৪২)
স্বাধীনতাৰ বাবে কাৰাবাস — গুণেশ্বৰী দেৱী, মুক্তেশ্বৰী দেৱী (১৯২১) উঃপূঃ সীমান্ত ৰেলৱে’ৰ মুখ্য স্বাস্থ্য বিষয়া- ডাঃ বাণী ভট্টাচাৰ্য্য (১৯৯০)
যুদ্ধক্ষেত্ৰলৈ যোৱা বীৰঙ্গনা — মূলা গাভৰু

Leave a Reply

Your email address will not be published. Required fields are marked *

9  +  1  =