কণ্যাসন্তান -ৰিন্টামনি ডেকা

আজি অশোক সিংহৰ চকুত চকু পানী…..কিন্ত্ত  ই আনন্দৰ…।  সিং বুলি সকলোৰে মাজত পৰিচিত , এজন সাধাৰন পাচলি বেপাৰীৰো  যে এটা অসাধাৰন মন থাকিব পাৰে …তাৰ এক জলন্ত উদাহৰণ …। 
: বাবা……..তই……তই  কান্দিছ…!!
:  নাই ৰে……বেটি….ই ত’ খুচী কা আসু হে…।।
: না……তোৰ চকুত আৰু  চকুপানী  নহ’ব…। তই মোক লৈ খুশ নহ’ৱ …নেকি…!!!
:  আৰে …বেটি…তু তৌ মোৰ তকদীৰ হৌ না….। একটা সাধাৰন মানুচৰ পৰা ….তই আজি মোক একজন ডি.চি. ৰ বাপ বনাই দিলি…। বহুত খুচ হয় …আজি তোৰ এই বাপ…।
সচাঁকৈ অতুলনীয়…..কন্যাসন্তান বুলি ডাষ্টবিনত  পেলাই দিয়া …এজন অনাদৰ পিতৃ…আৰু  কেচুৱাঁটিৰ ক্ৰন্দন সহিব নোৱাৰি , সেই ডাষ্টবিনৰ পৰা বুটলি , বুকুত সামৰি , ডি.চি. কৰা আন এজন পাচলি বিক্ৰেতা….অতুলনীয় পিতৃ…।
( এই সংসাৰ এগৰাকী নাৰীৰ অবিহনে আধৰুৱা , তথাপি এটি কন্যা সন্তান আজিও অৱহেলিত ….কিয়…?)
ৰিন্টামনি ডেকা, নগাঁও

Leave a Reply

Your email address will not be published. Required fields are marked *

90  ⁄  18  =