অবিশ্ৰান্ত অপেক্ষাৰ অন্তত নাছাৰ উপকুলীয় পৰিৱেশ আজি অতি আনন্দমুখৰ ! কিয়নো বিশ্ববাসীৰে স্বাসৰুদ্ধ কৰা ভাৰতীয় মহাকাশচাৰী…
Tag: Assamese Poem Lyrics
তোমাৰ অবৰ্তমানত – কল্পনা দৈমাৰী
এই ধৰাৰ বুকু খুদা কৰি শত সহস্ৰ জনৰ হৃদয় বিদাৰি সাগৰ বিচাৰি চিৰনিদ্ৰাত শুই পৰিলা তুমি…
জয় মা কামাখ্যা – কল্পনা দৈমাৰী
জগত জননী মা কামাখ্যা হিন্দুধৰ্মৰ এক অপ্ৰতিদ্বন্দ্বী স্বৰূপিনী মা ৰাজেশ্বৰীৰ পুজা ! নীলাচল পাহাৰৰ বুকু আধ্যাত্মিকতাত…
বন্ধুত্ব – Tinanku Pathak
জগতৰ পৰা পৰাজয় মুখি যত কোনেও নুখুধে একো প্রশ্ন, তাতে আছে স্বৰ্গৰ পৰা নামি অহা মৰম…
ডাৱৰীয়া আকাশ – Tinanku Pathak
ডাৱৰীয়া আকাশত জোনাকী পোহৰৰ আশা কৰা মিছা, ৰাতিৰ আন্ধাৰত বিচাৰি যে পথ ওলোৱা মিছা। মৃত্যুৰ দুৱাৰত…
মোৰ জীৱনৰ লক্ষ্য – Niraj Sonowal
মোৰ জীৱনৰ লক্ষ্য, এটুকুৰা আকাশ, সপোনবোৰে মেলি ধৰে, মৰমৰ বাটত আশাৰ পোহাৰ। জীৱনৰ পথচলা, কঠোৰ আৰু…
অপেক্ষা, Assamese Poem, Gunjana Saikia
হয়তো সন্ধিয়াটো আউসীৰ আছিল আন্ধাৰৰ মায়াজালে গোটেই খন আৱৰি আছিল মই বহি থকা ঠাইডোখৰ পৰা…
স্তব্ধ বসন্ত
বৈধব্যৰ শুদ্ধিকৰণ মন্ত্ৰ থকাহেঁতেন শ্যামলী ওৰণিৰ উম লৈ আকৌ এবাৰ শিহৰিত হ’লহেঁতেন ভাগ্যৰেখাৰ স্তব্ধ হৃদপিণ্ড! ৰুক্ষ…
ফাৰ্স্ট এইড্ বক্সঃড০প্ৰীতিশ চৌধুৰী
এটাই শব্দ —— ‘বিধস্ত’আজি গণতন্ত্ৰৰ দেশত, বগা হাতীৰ খেল! সিংহাসনত মশগুলদেশৰ ৰজাসকল! নখহীন,দন্তহীন,শক্তিহীন-হাতিয়াৰ,ৰক্ষাকৱচ সকলোবোৰজনতা-তন্ত্ৰৰ——ঠিক যেন একো…
বাস্তৱতাঃড০প্ৰীতিশ চৌধুৰী
জোনাকতঅৱগাহনৰ কথা-মচি পেলাইছোঁ, কোন কাহানিবাইহৃদয়ৰ পৰা…. ভৌতিক জগত!কেৱল মোহাচ্ছন্ন- ছলনাৰেমনৰ আকাশ… বাস্তৱতাৰ স্বাদ মোৰ শৰীৰত-সূৰ্যৰ ৰশ্মিৰ-দগ্ধ…
অ’ আপা অঁকাহ অ’ অঁকাহ : জিতুমণি নাথ
আৰু আগুৱে নাযাবি অ’ আপাভাল হ’ ভাল হ’,লোকৰ চলি ডাঙাৰ হলহৰেন মাহাজনৰ পুতাকক দেখা নাই?নতুনকে আকহাল…
আত্মতুষ্টিঃড০ প্ৰীতিশ চৌধুৰী
বহুৰূপী আত্মতুষ্টি! সলনি ৰং পৃথিৱীৰ,সলনি ৰং তাৰো! স্তব্দ্ধ হৈ পৰা সময়ৰ চকৰীত মৃত্যুৰ কিৰীলি! বন্দিত্বেৰে আত্মতুষ্টি- …