Home Made Tea Time Biscuit

Home Made Tea Time Biscuit. A biscuit is a flour-based baked food product

Ingrediants:

1. ময়দা এবাতি
2. গুড়ি চেনী আধাকাপমান( মিঠা নিজৰ জোখমতে লব)
3. নিমখ এচিকুট
4. ঘি নাইবা বাটাৰ চাৰিচামুচ
5. ইলাচি গুড়ি আধাচামুচ মান
6. ৰিফাইন আধাকাপতকৈ কম

গোতেইখিনি সামগ্ৰী ভালকৈ মঠি লব ৷যেতিয়া বান্ধ খোৱা যেন হয় চেপ দি লব নিজৰ পচন্দ মতে ৷ খিচমিচ বা বাদাম দি দিব৷আপুনি ঘৰত থকা যিকোনো ড্ৰাইফ্ৰুটচ দিব পাৰে ৷এতিয়া ইডলি ষ্টেণ্ডৰ প্লেট কেইখনত অলপ ৰিফাইন সানি দি বিস্কুট কেইখন দি কুকাৰটোত ষ্টেণ্ডডাল ভৰাই কম জুইত ১৫/২০ মিনিটমান ৰাখি নমাই থব ৷ঠাণ্ডা হোৱাত চাহৰ লগত পৰিবেশন কৰক

Recipe Source: Barnali Sarma Basistha

Leave a Reply

Your email address will not be published. Required fields are marked *

88  ⁄  11  =