Tumi Moi aaru jibonor canvass তুমি মই আৰু জীবনৰ কেনভাচ

Ki bhaal ki beya

কি ভাল কি বেয়া

Bujaa nasilu bondhu ketiau jibonor khela

বুজা নাছিলো বন্ধু কেতিয়াও জীৱনৰ খেলা

Sopun dekhisilu aaru sasi rakhisilu

সপোন দেখিছিলো আৰু সাচি ৰাখিছিলো 

Bukur moromore umoni disilu

বুকুৰ মৰমৰে উমনী দিছিলো

Mathu pakhi goji sopun bur uri juar sopun dekhisilu

মাথো পাখি গজি সপোন বোৰ উৰি জোৱাৰ সপোন দেখিছিলো

Aaji tumi moi amaar moromor barisat

আজি তুমি মই আমাৰ মৰমৰ বাৰিষাত

Titi buri duyu ekakaar…..

তিতি বুৰি দুয়ো একেকাৰ …

Moromor moi jukh maap nejanu

মৰমৰ মই জোখ মাপ নাজানো

Bhaalpuwar porimaan moi jukhibo nejanu

ভালপোৱাৰ পৰিমান মই জুখিব নাজানো

Tumi aaji mur hoi babei

তুমি আজি মোৰ হৈ বাবেই

Saage

ছাগে

Moi Jiyai aasu aru jiyai jaam

মই জীয়াই আছো আৰু জীয়াই যাম

Aaji aru eta bosore rong sanile jibonor canvassot

আজি আৰু এটা বছৰে ৰং সলালে জীৱনৰ কেনভাছত

Aaji aaru eta notun sopunor frame bandhim

আজি আৰু এটা নতুন সপোনৰ ফ্রেম বান্ধিম

Notun sopunor canvas khon loi

নতুন সপোনৰ কেনভাছ খন লৈ

Tumar baabe Mur baabe

তোমাৰ বাবে মোৰ বাবে

Aamar baabe…………

[– manashbordoloi]

Leave a Reply

Your email address will not be published. Required fields are marked *

27  ⁄  3  =