এনেকৈয়ে সময়বোৰ পাৰ ভাঙি উৰি যায় দিগণ্তলৈ
ৰাতি আহে ৰাতি যায়
জীৱনৰ সপোনবোৰ সপোন হৈয়ে ৰয়
সুখৰ অনুভুতিয়ে ক্ষন্তকতে বিদায় লয়
দুখৰ বেদনাই মনতে থিতাপি লয়
নদীখন কিন্ত বোৱতী হৈয়ে থাকে
পাত সৰি গজালি ওলায়
সকলোৱে মৃত্যু পথৰ যাত্রী হয়
মদাৰে কিন্ত ফাগুনৰ বতৰা দিয়েই যায়
Simakshi Sarma
Hii