‪‎Plies‬ বা অৰ্শ ৰোগৰ চিকিৎসা, পৰম্পৰাগত প্ৰাকৃতিক চিকিৎসা

অৰ্শ ৰোগ হোৱাৰ প্ৰথম আৰু প্ৰধান কাৰণ হ

অৰ্শ ৰোগ হোৱাৰ প্ৰথম আৰু প্ৰধান কাৰণ হল আমি খোৱা খাদ্য হজম নোহোৱা ।খাদ্য হজম নোহোৱাকৈ বেছিদিন থাকিলে সেই খাদ্য শুকাই যায় আৰু শৰীৰে উলিয়াই দিব নোৱাৰা হৈ যায় ।এনেকৈ বেছিদিন চলি থাকিলে পাছত গৈ অৰ্শ ৰোগ হয় ।
লবলগীয়া সাৱধানতা :  পানী খোৱাৰ নিয়ম কেইটা মানি চলিব ।।
1 . ভাতৰ লগত পানী নাখাব , ভাত খোৱাৰ 1 ঘণ্টা পাছত পানী খাব ।
2. ঠাণ্ডা পানী কেতিয়াও নাখাব ।
3. ভাত খোৱাৰ সময়ত ফেন বন্ধ কৰিব ।
4. ভাতৰ লগত সদায় 1 চামুচ ঘিঁউ খাব ।
5. মাছ মাংস আদি এৰি চলিব ।
6. ৰঙা ৰঙৰ খাদ্য অৰ্শ ৰোগীৰ বাবে বেয়া । (যেনে ৰঙা লাউ , মছুৰ দালি আদি )
7. ৰাতিৰ ভাত 7 বজাৰ আগেয়ে খাব ।
8. ৰাতি ভাত খোৱাৰ 2 ঘণ্টা পাছত শুব ।
ঔষধ ####
1 . যদি শৌচ চাফা হোৱা নাই , তেন্তে ৰাতি ভাত খোৱাৰ পাছত 2 চামুচ এৰা পাতৰ ৰস (castor oil আয়ুৰ্বেদিক দোকানত পাব ) খাব ।।
2. অৰ্শ ৰোগ ঠিক কৰিবলৈ এটা মিঠা কলৰ ভিতৰত খোৱা কৰ্পোৰ (এটা বুটমাহৰ সমান )ৰাতি ভৰাই থৈ ৰাতিপুৱা খাব ।।
ৰাতিপুৱা উঠি 1 লিটাৰ কুহুমীয়া গৰম পানী খোৱাৰ 45 মিনিট পাছত কলটো খাব ।
15 দিন খাব ।।
এটা কথা মনত ৰাখিব যে , ওপৰত দিয়া নিয়মকেইটা নামানিলে অৰ্শ ৰোগ ঠিক হোৱাৰ পাছত আকৌ আহিব ।
গতিকে ওপৰৰ নিয়মাৱলী মানি চলিব দৈনিক ।।

Source: পংকজ পাঠক

Leave a Reply

Your email address will not be published. Required fields are marked *

  +  50  =  54