Government of Assam Holiday List 2019, চৰকাৰি বন্ধৰ তালিকা অসম

Government of Assam Holiday list 2019, চৰকাৰি বন্ধৰ তালিকা অসম.
Assam Government Public Holiday List 2019 

১৫, ১৬ জানুৱাৰি : মাঘ বিহু, টুছু পূজা
২৩ জানুৱাৰি : নেতাজীৰ জন্মদিন
২৬ জানুৱাৰি : গণৰাজ্য দিৱস
২৯ জানুৱাৰি : গৌথাৰ বাথৌ ছান (বড়োসকলৰ এটা প্ৰধান উৎসৱ)
৩১ জানুৱাৰি : মে-ডাম-মেফি
১৯ ফেব্ৰুৱাৰি : বীৰ চিলাৰায় দিৱস
২১ মাৰ্চ : দৌলযাত্ৰা
১৪, ১৫, ১৬ এপ্ৰিল : বহাগ বিহু
১৯ এপ্ৰিল : গুড ফ্ৰাইডে’
১ মে’ : মে’ দিৱস
৫ মে’ : শ্ৰীদামোদৰদেৱৰ তিথি
১৮ মে’ : বুদ্ধ পূৰ্ণিমা
১৯ মে’ : শ্ৰীমাধৱদেৱৰ জন্মোৎসৱ
৫ জুন : ঈদ-উল-ফিটৰ
১২ আগষ্ট : ঈদ-উজ-জোহা
১৫ আগষ্ট : স্বাধীনতা দিৱস
২০ আগষ্ট : শ্ৰীমাধৱদেৱৰ তিথি
২৪ আগষ্ট : জন্মাষ্টমী
২ ছেপ্টেম্বৰ : শ্ৰীমন্ত শংকৰদেৱৰ তিথি
২ অক্টোবৰ : গান্ধী জয়ন্তী
৫, ৬, ৭, ৮ অক্টোবৰ : দুৰ্গা পূজা
৮ অক্টোবৰ : শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ
১৮ অক্টোবৰ : কাতি বিহু
২৭ অক্টোবৰ : কালী পূজা আৰু দীপাৱলী
২ নৱেম্বৰ : ষট্‌ পূজা
১২ নৱেম্বৰ : গুৰু নানকৰ জন্মদিন
২৪ নৱেম্বৰ : লাচিত দিৱস
২ ডিচেম্বৰ : অসম দিৱস
২৫ ডিচেম্বৰ : খ্ৰীষ্টমাছ

অৰ্ধছুটীৰ দিন দুটা হ’ল 
১০ ছেপ্টেম্বৰ (মহৰম) আৰু ১৩ অক্টোবৰ (লক্ষ্মী পূজা)

Leave a Reply

Your email address will not be published. Required fields are marked *

13  −    =  9