Ki bhaal ki beya
কি ভাল কি বেয়া
Bujaa nasilu bondhu ketiau jibonor khela
বুজা নাছিলো বন্ধু কেতিয়াও জীৱনৰ খেলা
Sopun dekhisilu aaru sasi rakhisilu
সপোন দেখিছিলো আৰু সাচি ৰাখিছিলো
Bukur moromore umoni disilu
বুকুৰ মৰমৰে উমনী দিছিলো
Mathu pakhi goji sopun bur uri juar sopun dekhisilu
মাথো পাখি গজি সপোন বোৰ উৰি জোৱাৰ সপোন দেখিছিলো
Aaji tumi moi amaar moromor barisat
আজি তুমি মই আমাৰ মৰমৰ বাৰিষাত
Titi buri duyu ekakaar…..
তিতি বুৰি দুয়ো একেকাৰ …
Moromor moi jukh maap nejanu
মৰমৰ মই জোখ মাপ নাজানো
Bhaalpuwar porimaan moi jukhibo nejanu
ভালপোৱাৰ পৰিমান মই জুখিব নাজানো
Tumi aaji mur hoi babei
তুমি আজি মোৰ হৈ বাবেই
Saage
ছাগে
Moi Jiyai aasu aru jiyai jaam
মই জীয়াই আছো আৰু জীয়াই যাম
Aaji aru eta bosore rong sanile jibonor canvassot
আজি আৰু এটা বছৰে ৰং সলালে জীৱনৰ কেনভাছত
Aaji aaru eta notun sopunor frame bandhim
আজি আৰু এটা নতুন সপোনৰ ফ্রেম বান্ধিম
Notun sopunor canvas khon loi
নতুন সপোনৰ কেনভাছ খন লৈ
Tumar baabe Mur baabe
তোমাৰ বাবে মোৰ বাবে
Aamar baabe…………
[– manashbordoloi]