Soisobor haate haate susobhito hasnahana
শৈশবৰ হাতে হাতে সুশুভিত হাছনাহানা
Aajibon sugondhito hoi rol mur prem aaru bhaalpuwa
আজীবন সুগোন্ধিত হৈ ৰল মোৰ প্রেম আৰু ভাল পোবাৰ
Hridoyor kahe kahe rongin gulap tumaar baabe
হৃদয়ৰ কোহে কোহে ৰংঙীন গোলাপ তোমাৰ বাবে
Tumaru aase saage hryidoyor majot esagor aabeg
তোমাৰো আছে চাগে হৃদয়ৰ মাজত এসাগৰ আবেগ
Jibon juri bhaal pai juwar sortohin protissuti
জীবন জুৰি ভাল পাই জোৱাৰ চৰ্তহীন প্রতিশ্রুতি ..
manashbordoloi