Assam HSLC 2018 Online Form Fill Up, Last Date 22 Nov, 2017

৬ৰ পৰা ২২ নবেম্বৰলৈ চলিব প্ৰ-পত্ৰ পূৰণ

৬ৰ পৰা ২২ নবেম্বৰলৈ চলিব প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়া। ONLINEযোগে কৰিব পাৰিব প্ৰ-পত্ৰ পূৰণ। জানুৱাৰীত THEORYৰ পূৰ্বে ১২টা বিষয়ৰ PRACTICAL পৰীক্ষা অনুষ্ঠিত হ’ব। ছেবাই হ্ৰাস কৰিছে পৰীক্ষা মূল্যায়নৰ কেন্দ্ৰ। ৪০টাৰ ঠাইত এইবাৰ হ’ব ৩৪টা কেন্দ্ৰত মূল্যায়ন। ১৫০ শিক্ষাৰ্থীতকৈ কম হ’লে বাতিল হ’ব পৰীক্ষা কেন্দ্ৰ, আনহাতে এটা কেন্দ্ৰত থাকিব লাগিব কমেও ৪খন স্কুল।
Keep visit this page for more details

Leave a Reply

Your email address will not be published. Required fields are marked *

  ⁄  2  =  1