জগত জননী মা কামাখ্যা হিন্দুধৰ্মৰ এক অপ্ৰতিদ্বন্দ্বী স্বৰূপিনী মা ৰাজেশ্বৰীৰ পুজা ! নীলাচল পাহাৰৰ বুকু আধ্যাত্মিকতাত…
Tag: Assamese Poem
বন্ধুত্ব – Tinanku Pathak
জগতৰ পৰা পৰাজয় মুখি যত কোনেও নুখুধে একো প্রশ্ন, তাতে আছে স্বৰ্গৰ পৰা নামি অহা মৰম…
ডাৱৰীয়া আকাশ – Tinanku Pathak
ডাৱৰীয়া আকাশত জোনাকী পোহৰৰ আশা কৰা মিছা, ৰাতিৰ আন্ধাৰত বিচাৰি যে পথ ওলোৱা মিছা। মৃত্যুৰ দুৱাৰত…
মোৰ জীৱনৰ লক্ষ্য – Niraj Sonowal
মোৰ জীৱনৰ লক্ষ্য, এটুকুৰা আকাশ, সপোনবোৰে মেলি ধৰে, মৰমৰ বাটত আশাৰ পোহাৰ। জীৱনৰ পথচলা, কঠোৰ আৰু…
এজন ছাত্ৰৰ যাত্ৰা – নিৰজ সোনোৱাল
সোৱৰণি পোহৰৰ প্ৰাতঃকালে, ছাত্ৰ-ছাত্ৰী উঠে ল’বলৈ যুদ্ধৰ কাঁলে, হাতত কিতাপ, হৃদয় উজ্বল, তাহানিতে দিনৰ উচ্চতালৈ উঠা…
অপেক্ষা, Assamese Poem, Gunjana Saikia
হয়তো সন্ধিয়াটো আউসীৰ আছিল আন্ধাৰৰ মায়াজালে গোটেই খন আৱৰি আছিল মই বহি থকা ঠাইডোখৰ পৰা…
স্তব্ধ বসন্ত
বৈধব্যৰ শুদ্ধিকৰণ মন্ত্ৰ থকাহেঁতেন শ্যামলী ওৰণিৰ উম লৈ আকৌ এবাৰ শিহৰিত হ’লহেঁতেন ভাগ্যৰেখাৰ স্তব্ধ হৃদপিণ্ড! ৰুক্ষ…
ফাৰ্স্ট এইড্ বক্সঃড০প্ৰীতিশ চৌধুৰী
এটাই শব্দ —— ‘বিধস্ত’আজি গণতন্ত্ৰৰ দেশত, বগা হাতীৰ খেল! সিংহাসনত মশগুলদেশৰ ৰজাসকল! নখহীন,দন্তহীন,শক্তিহীন-হাতিয়াৰ,ৰক্ষাকৱচ সকলোবোৰজনতা-তন্ত্ৰৰ——ঠিক যেন একো…
অ’ আপা অঁকাহ অ’ অঁকাহ : জিতুমণি নাথ
আৰু আগুৱে নাযাবি অ’ আপাভাল হ’ ভাল হ’,লোকৰ চলি ডাঙাৰ হলহৰেন মাহাজনৰ পুতাকক দেখা নাই?নতুনকে আকহাল…
এন্ধাৰঃড০ প্ৰীতিশ চৌধুৰী
এন্ধাৰ বেয়া পোৱা মানুহ আমি,হাহাকাৰ— পোহৰ বিচাৰি!পাহৰিলোঁ ভাল পাবলৈসঁচাকৈয়ে এন্ধাৰক আমি! ঘনঘোৰ অন্ধকাৰৰ অমাৱশ্যাৰ এটা নিশানিৰ্জন…
এটি নিৰিবিলি আবেলিত : জংকি দাস
এটি নিৰিবিলি আবেলিতহব তোমাৰ মোৰ গোপন কথাসেয়া কাণে কাণে কোৱা কথাহিয়া জুৰোৱাভুবন ভুলোৱা..।। তুমি কাষতে থাকিবাদুচকুৰ…
আহিনৰ বৰষুণ – Deepjyoti Bora
পহিলা আহিনৰ কিনকিনীয়া বৰষুণ জাকৰ , প্ৰতিটো টোপালে মোৰ , শুষ্ক শৰীৰত সৃষ্টি কৰে সেউজ প্ৰেমৰ…