কেচা হালধিৰ লগত মাছৰ জোল

Fish Curry with Raw Turmeric paste.
লাগতিয়াল উপকৰণ সমূহ:
১. মাছ : ৬ টুকুৰা
২. কেচা হালধিৰ পেষ্ট : ২ চামুছ
৩. পিয়াজ : ১ টা
৪. ১ টা সিজোৱা আলু
৫. সৰিয়হৰ তেল, নিমখ, তেজপাত
৬. জলকীয়া (নিজৰ ইচ্ছা অনুসৰি)
মাছকেইটুকুৰা তেলত ভাজি লব| কেৰাহিত তেল গৰম কৰি তেজপাত, পিয়াজ দি ভাজি লওক| এতিয়া হালধিখিনি দি তাত সিজোৱা আলু দি অলপ সময় ভাজি তাত পানী ২ কাপ দিয়ক| পানী উতল অহিলে তাত মাছ দি দিয়ক|

For video visit https://www.youtube.com/watch?v=nMEVqxB0X0o

Leave a Reply

Your email address will not be published. Required fields are marked *

  ×  9  =  54