Assamese recipe: Small Fish Curry with Mustard paste

Assamese recipe: Small Fish Curry with Mustard paste
সৰু মাছৰ চৰচৰি

১. সৰু মাছ খিনি ভালদৰে ভাজি লওক
২. সৰিয়হ তেলত কলা জিৰা,পিয়াজ,বিলাহী কুটা,নহৰু বটা দি ভালদৰে ভাজক
৩. সৰিয়হ বটা দি ভাজক
৪. ৩ কাপ পানী দি উতলাক
৫. উতল অহাৰ পাছত সৰু মাছখিনি দি দিয়ক

Leave a Reply

Your email address will not be published. Required fields are marked *

2  +  2  =