ক্যাটাষ্ট্ৰফি : ড০ প্ৰীতিশ চৌধুৰী

দৃষ্টিতো আজি মানুহৰ কেৱল দুই চকুৰহে-
অন্ধ – মনৰ দৃষ্টি,

মিছা ৰঙৰ পয়োভৰ দশোদিশে
নিষ্প্ৰভ প্ৰাণহীন হৈ স্বাভাবিক ৰংবোৰ-
সকলোতেই….

সঁচাই, পথৰ দিশতো হেৰুৱাইছোঁ আমি,
হেৰোৱা নাই পথ-
চন্দ্ৰ, সূৰ্য আৰু অন্য গ্ৰহ, তৰা,

স্থবিৰ সময়,
মেলিছে যেন আজি তাৰ বিশাল ডেউকা
কোনোবা  ব্লেকহলৰ দিশে
শান্তিৰ নিদ্ৰা লবলৈ……

Dr Pritish Chowdhury
Gyankonika B1 F2B
Basisthapur by lane  3
Guwahati 781028
Mob: 94350 94409

Leave a Reply

Your email address will not be published. Required fields are marked *

84  ⁄  14  =