পহিলা আহিনৰ কিনকিনীয়া বৰষুণ জাকৰ ,
প্ৰতিটো টোপালে মোৰ ,
শুষ্ক শৰীৰত সৃষ্টি কৰে সেউজ প্ৰেমৰ ৰচনা !
বৰষুণ জাকে লৈ আহা কোনোবা অচিন নদীৰ চেচা বতাহ জাকে উৰুবাই নিয়ে মোৰ ভগ্ন হৃদয়ৰ অবুজ বেদনা !!
টোপাল বোৰৰ ছন্দে ছন্দে দুচকু আবৰি ধৰা ,
বিজুলিৰ চমকনিয়ে সজিব কৰে মোৰ ,
ধূসৰ স্মৃতিৰ টোপোলা !!
Deepjyoti Bora
North lakhimpur,Assam
Madhabdev University (B.Sc. 1st yr)