Assam GK, Competitive Exam Preparation

১. কোনখন উপন্যাসৰ বাবে চৈয়দ আব্দুল মালিকে ১৯৭২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
উ : অঘৰী আত্মাৰ কাহিনী ।
২. কাক লুইত কোঁৱৰ বুলিও জনা যায়?
উ : ৰুদ্ৰ বৰুৱা ।
৩. ২০১৭ চনত কোনে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
উ : জয়ন্ত মাধৱ বৰা
৪. অসমীয়া গদ্য সাহিত্যৰ জনক কোন?
উ:ভট্টদেৱ ।
৫.ভট্টদেৱৰ সম্পূৰ্ণ নামটো কি?
উ:বৈকুন্ঠ নাথ ভাগৱত ভট্টাচাৰ্য ।
৬. ভাঙনি কোৱঁৰ হিচাপে কাক জনা যায়?
উ:আনন্দ চন্দ্ৰ আগৰৱালা ।
৭. অসমীয়া সাহিত্যিত কাক উপন্যাস সম্ৰাট বুলি জনা যায়?
উ:ৰজনীকান্ত বৰদলৈ ।
৮. অসমীয়া সাহিত্যত কাক বিহগী কবি বুলি জনা যায়?
উ:ৰঘুনাথ চৌধাৰী ।
৯. লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী খনৰ নাম কি?
উ:মোৰ জীৱন সোৱঁৰণ ।
১০. লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথি খনৰ নাম কি?
উ:কদমকলি ।
১১. লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাস খনৰ নাম কি?
উ:পদুম কুৱঁৰী ।
১২.’নটসূৰ্য’ বুলি কাক জনা যায়?
উ:ফণী শৰ্মা ।
১৩. প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি?
উ:ভানুমতী ।
১৪. “অসমীয়া সাহিত্যৰ বুৰঞ্জী” ৰ লেখক কোন?
উ:দেৱেন্দ্ৰনাথ বেজবৰুৱা ।
১৫. পোন প্ৰথমে কোনে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল?
উ:মাধৱ কন্দলী ।
১৬. পোন প্ৰথমে কোনে মহাভাৰত অসমীয়ালৈ অনুবাদ কৰিছিল?
উ:ৰাম সৰস্বতী ।
১৭. ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাস খনৰ নাম কি?
উ:মিৰি-জিয়ৰী ।
১৮. ভক্তি-ৰত্নাৱলী কোনে ৰচনা কৰিছিল?
উ:শ্ৰী শ্ৰীমাধৱদেৱ ।
১৯.কীৰ্তনঘোষা কোনে ৰছনা কৰিছিল?
উ: শ্ৰীমন্ত শংকৰদেৱ
২০. নামঘোষা কোনে ৰছনা কৰিছিল?
উ:মাধৱদেৱ

Leave a Reply

Your email address will not be published. Required fields are marked *

84  ⁄    =  42