Home Remedies for Asthma, হাঁপানী ৰোগৰ প্ৰাকৃতিক চিকিৎসা

হাঁপানী : হাঁপানী ৰোগৰ বাবে আটাইতকৈ ভা

হাঁপানী : হাঁপানী ৰোগৰ বাবে আটাইতকৈ ভাল ঔষধ হল ডালচিনি ।।
ডালচিনি , মৌ , তুলসী , নাৰিকল , গাজৰ , জাতিলাউ আদি হাঁপানী ৰোগৰ ঔষধ ।।
ডালচিনি গুঢ়ি আধা চামুচ আৰু এক চামুচ মৌ মিহলাই ৰাতিপুৱা আৰু গধূলি নিয়মিত 4 মাহ খালে হাঁপানী ৰোগ ভাল হয় ।।
ইয়াৰ লগতে যদি 50 গ্ৰাম নাৰিকল দৈনিক চোবাই চোবাই খায় তেন্তে 40-50 বছৰ পুৰণি হাঁপানীও 4-5 মাহত সম্পূৰ্ণ আৰোগ্য হয় আৰু গোটেই জীৱন ঘূৰি নাহে ।।
Source: পংকজ পাঠক

Leave a Reply

Your email address will not be published. Required fields are marked *

  −  3  =  6