এক্সপায়াৰি ডেটঃড০প্ৰীতিশ চৌধুৰী

’এক্সপায়াৰি ডেট’ৰ আগতেই বস্তু এটাৰব্যৱহাৰ -এশ শতাংশই,ঠিক কিনা হাঁহৰ ঠোঁটোলৈকে মাংস খোৱাৰ দৰেই, সেয়াই নিশ্চয় উত্তম…

এন্ধাৰঃড০ প্ৰীতিশ চৌধুৰী

এন্ধাৰ বেয়া পোৱা মানুহ আমি,হাহাকাৰ— পোহৰ বিচাৰি!পাহৰিলোঁ ভাল  পাবলৈসঁচাকৈয়ে এন্ধাৰক  আমি! ঘনঘোৰ অন্ধকাৰৰ অমাৱশ্যাৰ এটা নিশানিৰ্জন…

কাশ্মীৰ

কাশ্মীৰত এইবাৰ ৰাষ্ট্ৰীয় পতাকা উৰিল বাসত্তৰ বছৰীয়া প্ৰতীক্ষাৰো যেন অন্ত পৰিল হৰিসিংহ, আব্দুলা, নেহৰু, গান্ধী, পেটেলৰ…