Assam Sahitya Sabha 2025, 77th Session Pathsala, Bajali, অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশন
The Assam Sahitya Sabha is the premier literary organization of Assam. It was founded in December 1917 in Assam, India to promote the culture of Assam and Assamese literature.
About the Asam Sahitya Sabha’s Emblem
সভাৰ নিজা প্ৰতীকৰ ঠগাত থোৱা সাঁচিপতিয়া পুথিৰ ওপৰত মাটিৰ চাকি, তাৰ চাৰিওফালে ‘চিৰ চেনেহী মোৰ ভাষা জননী’ লিখা থাকিব আৰু তলত এটি তৰা থাকিব । ঠগাৰ তলত ভূমিত ‘অসম সাহিত্য সভা’ লিখা থাকিব ।
There will be a clay candle on the sealed book, surrounded by the inscription ‘Chira Senehi Mur Bhasha Janani’ and a star below. There will be ‘Asam Sahitya Sabha’ written on the base of the book holder.
HISTORY of Assam Sahitya Sabha
The Asam Sahitya Sabha (অসম সাহিত্য সভা) was founded in 1917 in Assam, India to promote the culture of Assam and Assamese literature. Presently it has about one thousand branches all over Assam and also outside the state. The central office is at Jorhat a city of historical importance. The branches and the district units also have their offices in their respective places. The first conference was held in the month of December 1917 under the presidentship of Padmanath Gohain Baruah, a big name in the history of modern Assamese literature. Since then the annual conference, nowadays biennial, is held with great pomp and grandeur, and a writer of high reputation is elected to the presidency of the Society.
List of Assam Sahitya Sabha President
List of president of Assam Sahitya Sabha is given bellow with place and year
১৯১৭ পদ্মনাথ গোহাঞিবৰুৱা/ শিৱসাগৰ
১৯১৮ চন্দ্ৰধৰ বৰুৱা/ গোৱালপাৰা
১৯১৯ কালিৰাম মেধি/ বৰপেটা
১৯২০ হেমচন্দ্ৰ গোস্বামী/ তেজপুৰ
১৯২৩ অমৃতভূষণ দেৱ অধিকাৰী/ যোৰহাট
১৯২৪ কনকলাল বৰুৱা/ ডিব্ৰুগড়
১৯২৪ লক্ষ্মীনাথ বেজবৰুৱা/ গুৱাহাটী
১৯২৫ ৰজনীকান্ত বৰদলৈ/ নগাঁও
১৯২৬ বেণুধৰ ৰাজখোৱা/ ধুবুৰী
১৯২৭ তৰুণৰাম ফুকন/ গোৱালপাৰা
১৯২৯ কমলাকান্ত ভট্টাচাৰ্য/ যোৰহাট
১৯৩০ মফিজুদ্দিন আহমদ হাজৰিকা/ গোলাঘাট
১৯৩১ নগেন্দ্ৰ নাৰায়ণ চৌধুৰী/ শিৱসাগৰ
১৯৩৩ জ্ঞানদাভিৰাম বৰুৱা/ উত্তৰ লখিমপুৰ
১৯৩৪ আনন্দ চন্দ্ৰ আগৰৱালা/ মঙ্গলদৈ
১৯৩৬ ৰঘুনাথ চৌধাৰী/ তেজপুৰ
১৯৩৭ কৃষ্ণকান্ত সন্দিকৈ/ গুৱাহাটী
১৯৪০ ময়িদুল ইছলাম বৰা/ যোৰহাট
১৯৪৪ নীলমণি ফুকন/ শিৱসাগৰ
১৯৪৭ নীলমণি ফুকন/ ডিব্ৰুগড়
১৯৫০ অম্বিকাগিৰি ৰায়চৌধুৰী/ মাৰ্ঘেৰিটা
১৯৫৩ সূৰ্য্যকুমাৰ ভূঞা/ শ্বিলং
১৯৫৪ নলিনীবালা দেৱী/ যোৰহাট
১৯৫৫ যতীন্দ্ৰনাথ দুৱৰা/ গুৱাহাটী
১৯৫৬ বেণুধৰ শৰ্মা/ ধুবুৰী
১৯৫৮ পদ্মধৰ চলিহা/ তিনিচুকীয়া
১৯৫৯ অতুল চন্দ্ৰ হাজৰিকা/ নগাঁও
১৯৬০ ত্ৰৈলোক্যনাথ গোস্বামী/ মিৰ্জা, পলাশবাৰী
১৯৬১ ত্ৰৈলোক্যনাথ গোস্বামী/ গোৱালপাৰা
১৯৬৩ ৰত্নকান্ত বৰকাকতী/ নাজিৰা
১৯৬৪ মিত্ৰদেৱ মহন্ত/ ডিগবৈ
১৯৬৫ ডিম্বেশ্বৰ নেওগ/ নলবাৰী
১৯৬৬ বিনন্দ চন্দ্ৰ বৰুৱা/ উত্তৰ লক্ষিমপুৰ
১৯৬৭ নকুলচন্দ্ৰ ভূঞা/ ডিব্ৰুগড়
১৯৬৮ জ্ঞাননাথ বৰা/ তেজপুৰ
১৯৬৯ আনন্দ চন্দ্ৰ বৰুৱা/ বৰপেটা
১৯৭০ উপেন্দ্ৰচন্দ্ৰ লেখাৰু/ ধিং
১৯৭১ তীৰ্থনাথ শৰ্মা/ মাকুম
১৯৭২ হেম বৰুৱা/ ধুবুৰী
১৯৭৩ গিৰিধৰ শৰ্মা/ ৰঙিয়া
১৯৭৪ মহেশ্বৰ নেওগ/ মঙ্গলদৈ
১৯৭৫ সত্যেন্দ্ৰনাথ শৰ্মা/ তিতাবৰ
১৯৭৬ যজ্ঞেশ্বৰ শৰ্মা/ টিহু
১৯৭৭ চৈয়দ আব্দুল মালিক/ অভয়াপুৰী
১৯৭৮ প্ৰসন্নলাল চৌধুৰী/ গোলাঘাট
১৯৭৯ অতুল চন্দ্ৰ বৰুৱা/ শুৱালকুছি
১৯৮০ যতীন্দ্ৰনাথ গোস্বামী/ ৰহা
১৯৮১ সীতানাথ ব্ৰহ্মচৌধুৰী/ তিনচুকীয়া
১৯৮২ সীতানাথ ব্ৰহ্মচৌধুৰী/ ডিফু
১৯৮৩ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য/ বঙাইগাঁও
১৯৮৫ যোগেশ দাস/ বিহপুৰীয়া
১৯৮৬ বীৰেণ বৰকটকী/ কামপুৰ
১৯৮৭ মহেন্দ্ৰ বৰা/ পাঠশালা
১৯৮৮ কীৰ্তিনাথ হাজৰিকা/ হাইলাকান্দি
১৯৮৯ মহিম বৰা/ ডুমডুমা
১৯৯০ নৱকান্ত বৰুৱা/ বিশ্বনাথ চাৰিআলি
১৯৯১ নিৰ্মলপ্ৰভা বৰদলৈ/ দুধনৈ
১৯৯২ লক্ষ্যধৰ চৌধুৰী/ গোৰেশ্বৰ
১৯৯৩ ভূপেন হাজৰিকা/ শিৱসাগৰ
১৯৯৪ লীলা গগৈ/ মৰিগাঁও
১৯৯৫ হিতেশ ডেকা/ সৰ্থেবাৰী
১৯৯৬ লক্ষ্মীনন্দন বৰা/ বোকাখাত
১৯৯৭ নগেন শইকীয়া/ বিলাসীপাৰা
১৯৯৮ নগেন শইকীয়া/ হাওৰাঘাট
১৯৯৯ চন্দ্ৰপ্ৰসাদ শইকীয়া/ হাজো
২০০০ চন্দ্ৰপ্ৰসাদ শইকীয়া/ যোৰহাট
২০০১ হোমেন বৰগোহাঞি/ ডিব্ৰুগড়
২০০২ হোমেন বৰগোহাঞি/ কলগাছিয়া
২০০৩ বীৰেন্দ্ৰনাথ দত্ত/ উত্তৰ লখিমপুৰ
২০০৪ বীৰেন্দ্ৰনাথ দত্ত/ হোজাই
২০০৫ কনকসেন ডেকা/ ছিপাঝাৰ
২০০৬ কনকসেন ডেকা/ বেলশৰ
২০০৭ কনকসেন ডেকা/ চাপৰ
২০০৯ ৰংবং তেৰাং/ ধেমাজি
২০১০ ৰংবং তেৰাং/ দেৰগাঁও
২০১৩ ইমৰাণ শ্বাহ/ বৰপেটা ৰোড
২০১৫ ধ্রুৱজ্যোতি বৰা, কলিয়াবৰ
২০১৮ পৰমানন্দ ৰাজবংশী /বর্দুমচা
২০২০- কুলৰ শইকীয়া/শুৱালকুছি
২০২০- সূৰ্য কান্ত হাজৰিকা /নাৰায়ণপুৰ