ডাৱৰীয়া আকাশ – Tinanku Pathak

ডাৱৰীয়া আকাশত জোনাকী পোহৰৰ
আশা কৰা মিছা,
ৰাতিৰ আন্ধাৰত বিচাৰি যে
পথ ওলোৱা মিছা।

মৃত্যুৰ দুৱাৰত খেল – ধেমালি
জীৱনৰ ভঁৰালত জুই,
সফলতাৰ জখলাত গজালৰ অভাৱ
সপোনৰ সাগৰ নুই।।

Tinanku Pathak
Class X
Don Bosco Higher Secondary School, Tezpur

Leave a Reply

Your email address will not be published. Required fields are marked *

90  ⁄    =  9