১। বছৰ লগত মধুৰ সম্পৰ্ক বজাই ৰাখক Relationship with your Boss
২। বছৰ পৰা শিকক Learn form your Boss
৩। অহংকাৰ বৰ্জণ কৰক No Ego
৪। সৎ হবৰ বাবে যত্ন কৰক Be Honest
৫। সদায় সময়ানুৱৰ্তিতা বজাই ৰাখক Be Punctual
৬। সময়ৰ সদব্যৱহাৰ কৰক Time Management
৭। নিজৰ দক্ষতা বৃদ্ধিৰ বাবে সদায় চেষ্টা কৰক Enhance Efficiency at work
৮। পৰিস্কাৰ পৰিছন্ন ৰুচি যুক্ত সাজপাৰ ব্যবহাৰ কৰক Good Dress Sense
৯। কেতিয়াও আনৰ বদনাম নাগাব
১০। নিজে কৰা ভুল আনৰ ওপৰত জাপি নিদিব Do not blame others