অসমৰ কবি পৰিচয়, List of Assamese Poets

অসমৰ কবি পৰিচয়, List of Assamese Poets

    অগ্নিকবি – কমলাকান্ত ভট্টাচাৰ্য
    অসম কেশৰী – অম্বিকাগিৰি ৰায়চৌধুৰী
    অতীন্দ্ৰিয়বাদী কবি – নলিনীৱালা দেৱী
    উপন্যাস সম্ৰাট – ৰজনীকান্ত বৰদলৈ
    কবিতা কোঁৱৰ – অম্বেশ্বৰ চেতিয়া ফুকন
    কৰ্মবীৰ – নবীন চন্দ্ৰ বৰদলৈ
    কলাগুৰু – বিষ্ণুপ্ৰসাদ ৰাভা
    গীতিকবি – পাৰ্বতি প্ৰসাদ বৰুৱা
    জ্ঞানমালিনী কবি – মাফিজুদ্দিন আহমেদ হাজৰিকা
    ত্যাগবীৰ – হেমচন্দ্ৰ বৰুৱা
    দেশভক্ত – তৰুণৰাম ফুকন
    দেশপ্ৰাণ – লক্ষীধৰ শৰ্মা
    নটসূৰ্য – ফণী শৰ্মা
    ধ্বনি কবি – বিনন্দ চন্দ্ৰ বৰুৱা
    নিজৰাৰ কবি – শৈলধৰ ৰাজখোৱা
    পাপৰি কবি – গণেশচন্দ্ৰ গগৈ
    প্ৰতিমাৰ খনিকৰ – চন্দ্ৰকুমাৰ আগৰৱালা
    বকুলবনৰ কবি – আনন্দ চন্দ্ৰ বৰুৱা
    বনফুলৰ কবি – যতীন্দ্ৰ নাথ দুৱৰা
    বিপ্লৱী কবি – প্ৰসন্নলাল চৌধুৰী
    বাগ্মীবৰ – নীলমণি ফুকন
    বিহগী কবি – ৰঘুনাথ চৌধাৰী
    বীৰৱালা – কনকলতা
    ভাঙনি কোঁৱৰ – আনন্দ চন্দ্ৰ আগৰৱালা
    লোকনায়ক – অমিয় কুমাৰ দাস
    লোকপ্ৰাণ – মতিৰাম বৰা
    লোকপ্ৰিয় – গোপীনাথ বৰদলৈ
    লোকবন্ধু – ডাঃ ভূৱনেশ্বৰ বৰুৱা
    শেৱালিৰ কবি – ৰত্নকান্ত বৰকাকতি
    সাহিত্য ৰত্ন – চন্দ্ৰধৰ বৰুৱা
    সদস্য মহীয়ান – কৃষ্ণকান্ত সন্দিকৈ, মহেশ্বৰ নেওগ
    মন্বন্তৰৰ কবি – বীৰেন বৰকটকী
    শোণিত কোঁৱৰ – গজেন বৰুৱা
    লুইত কোঁৱৰ – ৰুদ্ৰ বৰুৱা
    অসম গৌৰৱ – হেম বৰুৱা
    কথা শিল্পী – আব্দুল মালিক
    সেউজ কোঁৱৰ – পৰাগধৰ চলিহা
    সংগীত জ্যোতি – বীৰেন্দ্ৰ কুমাৰ ফুকন
    ফুলনিৰ কবি – পদ্মধৰ চলিহা
    সুগন্ধি পখিলাৰ কবি – হীৰেণ ভট্টাচাৰ্য
    খৰিকা জাঁই কবি – ভৱানন্দ ৰাজখোৱা
    বুৰঞ্জীবিদ্ – বেণুধৰ শৰ্মা
    ভাষাতত্ববিদ্ – ডঃ বাণীকান্ত কাকতি
    জনকৃষ্টিৰ সাধক – প্ৰফুল্ল দত্ত গোস্বামী
    সংগীত সম্ৰাট সুৰৰ পূজাৰী – ডঃ ভূপেন হাজৰিকা
    সৰস্বতী – নিৰ্মলপ্ৰভা বৰদলৈ
    কাব্যভানু – ডঃ হেম বৰুৱা
    গণশিল্পী – ডাঃ উপেন কাকতি
    প্ৰত্নতত্ত্ববিদ – সোনাৰাম চৌধুৰী

Leave a Reply

Your email address will not be published. Required fields are marked *

37  −    =  33